(১৯) অসুখ

মানুহজন অসুখত ভুগিছে ,
দেহত খং-ৰাগৰ বুলনি
মুখত শব্দৰ ফুলনি ।

সোৱাদ নথকা কথাবোৰ
উৰে বতাহত ,
এখোজ-দুখোজ কৰে
ভৰিৰ নূপুৰ ।

দেই পূৰি যায়
সুফলা মনৰ উজ্বল সমাৰোহ ।।

Comments

Popular Posts