(১৯) অসুখ
মানুহজন অসুখত ভুগিছে , দেহত খং-ৰাগৰ বুলনি মুখত শব্দৰ ফুলনি । সোৱাদ নথকা কথাবোৰ উৰে বতাহত , এখোজ-দুখোজ কৰে ভৰিৰ নূপুৰ । দেই পূৰি যায় সুফলা মনৰ উজ্বল সমাৰোহ ।।
কবিতা কবিতা লগা কথাবোৰ ব্যক্ত কৰিছোঁ । ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ ।।