(১৩) অপৰিসীম ভালপোৱা তোমালৈ

কোনে দিব সান্তনা
ধূসৰ ৰাতিবোৰত ,
ম্লান হৈ পৰা বন্ধুত্বৰ ঠিকনাবোৰ ।
এয়া যেন অস্থিৰ ,উত্ৰাৱল
অথবা ভালপোৱা বুকুৰ নৈশাব্দিক যন্ত্ৰণা ।

কিয়বা এনে দিন ,
কিয় ৰাতি
শেষ নোহোৱা নষ্টালজিয়া ।

তোমাৰ স্থিতিময়ী হাঁহি বৈ থাকিব
যুগ যুগান্তৰলৈ ।
চিৰশান্তি লাভ কৰা
গোটেই জীৱনলৈ ।।

#RIP #ATAAAAA

Comments

Popular Posts