(১২) ভালপোৱা এক বৰষুণ

এই যে বাহিৰত ৰিমঝিম ৰিমঝিম বৰষুণজাক,
এয়া আন কোনো নহয়,
এয়া তোমাক চুই চোৱাৰ হেঁপাহত
মই ধাৰণ কৰা একমাত্ৰ টোপাল টোপাল ৰূপ ।

Comments

Popular Posts