(১৪) সুখী নে ?
চকুপানীবোৰ ধৰি ৰাখি কিমান সুখী হোৱা ?
পাৰ ভঙা হৃদয়খনত !
এবাৰো জানো ক'বলৈ মন নাযায় ;
অভিমানৰ জোলোঙাত এয়া মাথোঁ
ভালপোৱাৰ স্বীকাৰোক্তি ।
কিমান দিন ?
আৰু কিমান দিন থাকিবা এনেকৈ ?
নে অপেক্ষা সেইজাক বৰষুণলৈ ,
যিজাক বৰষুণ
দুখন হৃদয়ৰ পৰা সৰিছিল ,
বুকুৰ আধা হৈ ।।
পাৰ ভঙা হৃদয়খনত !
এবাৰো জানো ক'বলৈ মন নাযায় ;
অভিমানৰ জোলোঙাত এয়া মাথোঁ
ভালপোৱাৰ স্বীকাৰোক্তি ।
কিমান দিন ?
আৰু কিমান দিন থাকিবা এনেকৈ ?
নে অপেক্ষা সেইজাক বৰষুণলৈ ,
যিজাক বৰষুণ
দুখন হৃদয়ৰ পৰা সৰিছিল ,
বুকুৰ আধা হৈ ।।
Comments
Post a Comment