(১৭) অভিমান
নৈৰাশ্যত ভূগি
যিয়ে নীল বৰণৰ আখৰ লিখে ,
তেওঁৰ বুকুতেই
মোৰ ৰজনীগন্ধাৰ ফুল ফুলে ।
অথচ তেওঁ যে এতিয়া আত্মিক
কোনোবা সাউদৰ অভিমানত ।
যি সাউদে মাথোঁ ভালপোৱাৰ নাওঁ মেলে ।
দুপৰ নিশা বুলিবলৈ তাত
একোৱেই বাকী নাথাকে।।
যিয়ে নীল বৰণৰ আখৰ লিখে ,
তেওঁৰ বুকুতেই
মোৰ ৰজনীগন্ধাৰ ফুল ফুলে ।
অথচ তেওঁ যে এতিয়া আত্মিক
কোনোবা সাউদৰ অভিমানত ।
যি সাউদে মাথোঁ ভালপোৱাৰ নাওঁ মেলে ।
দুপৰ নিশা বুলিবলৈ তাত
একোৱেই বাকী নাথাকে।।
Comments
Post a Comment