(১৬) বিসৰ্জন
সূৰ্য্য উঠা বাটেদি গৈ
যিয়ে নিজৰ ঠিকনা হেৰুৱাইছে ?
দিঠকত আহি তেৱেঁই বিসৰ্জন দিছে
বুকুৰ সমস্তবোৰ ।
যাৰ শেঁওতাত কৃষ্ণচূড়া ফুলিছে ,
তেৱেঁই আহি ঘূৰাই দিছে
ভালপোৱাৰ টোপোলাটো !
মোক সুখী কৰিবলৈ ???
যিয়ে নিজৰ ঠিকনা হেৰুৱাইছে ?
দিঠকত আহি তেৱেঁই বিসৰ্জন দিছে
বুকুৰ সমস্তবোৰ ।
যাৰ শেঁওতাত কৃষ্ণচূড়া ফুলিছে ,
তেৱেঁই আহি ঘূৰাই দিছে
ভালপোৱাৰ টোপোলাটো !
মোক সুখী কৰিবলৈ ???
Comments
Post a Comment