(২) শ্বহীদ প্ৰণামো তোমাক
তুমি সৈনিক,
তুমি যোদ্ধা,
তোমাৰ আঁচল ধৰি জী উঠে
লক্ষাধিক প্ৰাণ ।
তোমাৰ আদৰ্শক কৰিছোঁ
শতবাৰ প্ৰণাম 🙏
তোমাৰ মৃত্যু হোৱা নাই ,
তুমি মাঁথো শান্তি লৈছা
শতকোটি প্ৰাণত ।
তুমি সৈনিক ,
তুমি যোদ্ধা ,
তুমি অমৰ ।।
Comments
Post a Comment