(৬) মৰম
তুমি মোক এজাক বৰষুণ দিয়া
মই হেপাঁহ পলুৱাই টিটিম ,
ভালপোৱাৰ নাঁও চলাম
ঐয়াঙে-দৈয়াঙে ।
তুমি মোৰ জোনাকী হোৱা
মই তোমাৰ ওঁঠত আঁকি দিম
মোৰ গোলাপী হৃদয়ৰ ঠিকনা ।।
মই হেপাঁহ পলুৱাই টিটিম ,
ভালপোৱাৰ নাঁও চলাম
ঐয়াঙে-দৈয়াঙে ।
তুমি মোৰ জোনাকী হোৱা
মই তোমাৰ ওঁঠত আঁকি দিম
মোৰ গোলাপী হৃদয়ৰ ঠিকনা ।।
Comments
Post a Comment